Sumi Bora will surrender today: আজি মই চাৰেণ্ডাৰ কৰিম :চুমি বৰা

smi 666

Sumi Bora will surrender today:

➡️দহদিনৰ পাছত আত্মপ্ৰকাশ চুমি বৰাৰ ৷

➡️সংবাদ মাধ্যমত চুমি বৰাৰ প্ৰথমটো ভাষ্য ৷

➡️আজিয়েই আত্মসমৰ্পণ কৰিব বুলি ঘোষণা চুমি বৰাৰ ৷

➡️অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তা চুমি বৰাৰ ৷

➡️বহু সাহস কৰি আত্মসমৰ্পণ কৰিব ওলাইছো ৷

➡️মই পলাই থকা নাই,লুকাই আছিলোঁ ।

➡️অধিক মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো ।

➡️সাতদিন ধৰি পলাই থকাৰ কথা স্বীকাৰ ৷

➡️মোৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ চলি আছে’ ।

➡️যি বাতৰি প্ৰকাশ হৈছে তাৰ ১০ শতাংশও শুদ্ধ নহয় ৷

➡️মিডিয়াই মোক ফাঁচী দিলে ৷

➡️আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিম ৷

➡️ভিডিঅ’ বাৰ্তাত ৰহস্যজনকভাৱে চুমিয়ে উল্লেখ কৰা নাই স্বামী তাৰ্কিকৰ কথা ৷

➡️উল্লেখ কৰা নাই ককায়েক ৰাজিব আৰু বৌয়েকৰ বিষয়ে ৷

Exit mobile version