Horoscope:ৰাশিফল

horoscope new 12

Horoscope:ৰাশিফল

মেষ: পৰিৱেশ অস্থিৰতা থাকিব পাৰে; শৰীৰৰ প্ৰতি সচেতন হওক। নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব। কার্যক্ষেত্রত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃষ: খৰচ বৃদ্ধি। বিয়াৰ যোগাযোগত শুভ। কার্যক্ষেত্ৰত মধ্যম। শৰীৰৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মধ্যম। শুভ ৰং মাখন, শুভ সংখ্যা ৫।

মিথুন: মাতৃৰ শুভ। কর্মক্ষেত্রত জটিলতা। বিদ্যাত শুভ। ব্যয় বৃদ্ধি। তুলসীৰ তলত পানী দিয়ক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।

কর্কট: মনৰ দৃঢ়তা বৃদ্ধি। কর্মত উন্নতি। হতাশা আঁতৰিব। যানবাহন লাভ। ইলেকট্ৰিকৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৪।

সিংহ: দুষ্ট লোকব পৰা সাৱধান। গোপন শত্রু বৃদ্ধি। কার্যক্ষেত্রত উন্নতি, ভ্রমণত কষ্ট। শুভ ৰং সোণালী, শুভ সংখ্যা ৮।

কন্যা: কর্মত উন্নতি। নিজ স্থিতি অটুট ৰাখক। বন্ধুৰ পৰা উৎসাহ পাব। দুখীয়াক অন্নদান কৰক। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা ৩।

তুলা: কর্মত শুভ। আৱেগত কোনো সিদ্ধান্ত নল’ব। বিদ্যাত চেষ্টা কৰক। ভ্রমণ দক্ষিণ দিশৰ পৰা কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

বৃশ্চিক: কর্মস্থানত জটিলতা কমিব, সন্তানৰ শুভ। দূৰ ভ্ৰমণৰ যোগ। দুপৰীয়া নিবামিষ আহাব গ্রহণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৯।

ধনু: ব্যৱসায়ত উন্নত। কর্মস্থানত উদাৰতা প্রকাশ। শৰীৰৰ উন্নতি। আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং কমলা, শুভ সংখ্যা ৫।

মকৰ : কৰ্মত দক্ষতা। প্রতিভা বিকাশ, নতুন চিন্তাই আনন্দিত কৰিব। ভ্রমণত শুভ। বিদ্যাত যত্ন লওক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কুম্ভ: কর্মত উন্নতি। বিদ্যাত আনন্দ। সন্মান হানি হ’ব পাৰে। দাম্পত্যত শুভ।

মীন: ভ্রাতৃৰ উন্নতি। দুষ্ট লোকৰ পৰা সাৱধান। ব্যয় বৃদ্ধি, ভ্রমণত সফল। শৰীৰৰ উন্নতি। শুভ ৰং সোণালী। শুভ সংখ্যা ২।

Exit mobile version