Lot of tension in Sonapur kasutali:সোণাপুৰৰ কচুতলিত পুনৰ উত্তপ্ত পৰিস্থিতি

foto

Lot of tension in Sonapur kasutali:

➡️সোণাপুৰৰ কচুতলিত পুনৰ উত্তপ্ত পৰিস্থিতি ৷

➡️এআইইউডিএফৰ সজাতি দলৰ উপস্থিতিক লৈ উত্তপ্ত পৰিস্থিতি ৷

➡️এআইইউডিএফৰ সজাতি দলত আছিল বিধায়ক ৷

➡️আমিনুল ইছলাম সহ কে’বাজনো বিধায়ক ৷

➡️এআইইউডিএফৰ বিধায়ক সহ সজাতি দলৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিবাদ স্থানীয় দল- সংগঠনৰ ৷

➡️এআইইউডিএফৰ বিধায়কৰ প্ৰৱেশত বাধা স্থানীয় ৰাইজৰ ৷

➡️কচুতলিত প্ৰৱেশত বাধাৰোপ আৰক্ষী- প্ৰশাসনৰ ৷

➡️এআইইউডিএফৰ বিধায়ক দলটোৰে ৰাজপথত হতাহতি আৰক্ষী আৰু স্থানীয় দল- সংগঠনৰ ৷

➡️স্থানীয় জনজাতি দল- সংগঠনৰ প্ৰতিবাদত উভতিল এআইইউডিএফৰ বিধায়কৰ দলটোৰ ৷

Exit mobile version