ADRE :দেওবাৰে অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা,ৰাজ্যজুৰি কৰ্তন হ’ব ইণ্টাৰনেট সেৱা

internate

ADRE :

➡️দেওবাৰে অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

➡️তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ ৰাজ্য প্ৰশাসনৰ সিদ্ধান্ত ৷

➡️ৰাজ্যজুৰি কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা ৷

➡️পুৱা ১০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা |

Exit mobile version