IJU condemns killing of MP Journalist Salman Ali Khan:সাংবাদিক ছলমান আলী খানৰ হত্যাকাণ্ডক গৰিহণা ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ

iju

IJU condemns killing of MP Journalist Salman Ali Khan:

মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ এটা স্থানীয় টিভি চেনেলৰ সাংবাদিক ছলমান আলী খানক ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া অচিনাক্ত দুৰ্বৃত্তই দলে গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নে (আই জে ইউ) ৷

উল্লেখ্য যে,সাৰংপুৰৰ নিবাসী ছলমান আলী খানক ১৭ ছেপ্তেম্বৰৰ দিনা সন্ধিয়া চিকিৎসালয়ৰ সন্মুখত ৯ বছৰীয়া পুত্ৰৰ সৈতে থিয় হৈ থকা সময়তে তিনিজনীয়া দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ।

Exit mobile version