Severe heat wave expected in Assam:ৰাজ্যত ভয়াৱহ হিট ৱেভৰ সম্ভাৱনা !

ৰাজ্যৰ উষ্ণতা বৃদ্ধিক লৈ চিন্তিত ৰাজ্যবাসী

heat 1

Severe heat wave expected in Assam:

➡️ৰাজ্যৰ উষ্ণতা বৃদ্ধিক লৈ চিন্তিত ৰাজ্যবাসী ৷

➡️ভয়াৱহ হিট ৱেভৰ সম্ভাৱনা ৷

➡️ৰাজ্যত উষ্ণতা ৪২ ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা ৷

➡️প্ৰচণ্ড গৰমে দহিব অসমবাসীক ৷

➡️২৮ ছেপ্তেম্বৰলৈ বৰষুণ দিয়াৰ সম্ভাৱনা নাই।

➡️বতৰ বিজ্ঞান বিভাগৰ আগজাননী ৷

➡️দেওবাৰে গৰমে গঢ়িব পাৰে অভিলেখ ৷

➡️প্ৰচণ্ড গ্ৰীস্ম প্ৰৱাহৰ বাবে সাজু হওক ৰাজ্যবাসী।

➡️১০-১১দিনলৈ ৰাজ্যত আহিব পাৰে এটা মিনি হিট ৱেভ ৷

➡️আগন্তুক চাৰি- পাঁচ দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম ৷

➡️অহা দেওবাৰে গৰমে ৰাজ্যত অভিলেখ গঢ়াৰ সম্ভাৱনা  ৷

➡️৪২ ডিগ্ৰী পৰ্যন্ত উষ্ণতা হোৱাৰ সম্ভাৱনা ৷

➡️আগন্তুক চাৰি- পাঁচদিনলৈ ৰাজ্যত বৰষুণ দিয়াৰ কোনো সম্ভাৱনা নাই ৷

➡️ভাদ মাহত উৎকট গৰমে দহাৰ পিছত এইবাৰ আহিন মাহতে প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব ৰাজ্যবাসী ৷

➡️বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে বৰষুণ কম হোৱাৰ বাবে আহিব গ্ৰীস্মপ্ৰৱাহ ৷

➡️শৰৎ ঋতু দুৱাৰ মুখত যদিও শীতৰ প্ৰভাৱ শূন্য ৷

➡️অক্টোবৰৰ কাষত থকাৰ পিছতো অনুভৱ হোৱাৰ আশংকা আছে উৎকট গৰমৰ ৷

➡️ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰা অনুসৰি অহা ২৭আৰু ২৮ ছেপ্তেম্বৰলৈ ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা নাই ৷

➡️ইয়াৰ বিপৰীতে ৩৫ ডিগ্ৰীৰ ওপৰত উষ্ণতা হোৱাৰ সম্ভাৱনা ।

➡️এনে প্ৰেক্ষাপটত ৰাজ্যবাসী সন্মুখীন হ’ব পাৰে মিনি হিট ৱেভৰ ৷

Exit mobile version