Former AASU General Secretary Sankarjyoti Baruah’s bail Petition rejected:আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা জামিন নাকচ

sankar jyoti

Former AASU General Secretary Sankarjyoti Baruah’s bail Petition rejected:

➡️আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা জামিন নাকচ ৷

➡️কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰে জামিন ৷

➡️পূৰ্বে লাভ কৰিছিল অন্তৱৰ্ত্তীকালীন জামিন ৷

➡️শণিবাৰে শেষ হৈছিল অন্তৱৰ্ত্তীকালীন জামিনৰ ম্যাদ ৷

➡️এগৰাকী যুৱতীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে আনিছিল প্ৰেমৰ নামত প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷

➡️এই ঘটনাৰ স’তে সাঙোৰ খোৱাৰ বাবেই কিছুদিন পূৰ্বে আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা ত্যাগ কৰিছিল ৷

➡️পৰৱৰ্তী সময়ত ত্যাগ কৰিছিল আছুৰ প্ৰাথমিক সদস্য পদ ৷

➡️আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক অধিবক্তা মাখন ফুকনে ৷

➡️এনেক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন নাকচ হ’লে গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা ৷

Exit mobile version