Kamrup Metro administration has canceled the school closure order:বিদ্যালয় বন্ধৰ নিৰ্দেশনা বাতিল কামৰূপ মহানগৰ প্ৰশাসনৰ

পূৰ্বৰ সময়সূচী মতেই চলিব পাঠদান

ssa 1

Kamrup Metro administration has canceled the school closure order

➡️কামৰূপ মহানগৰ জিলাত বিদ্যালয় বন্ধৰ নিৰ্দেশনা বাতিল ।

➡️কাইলৈৰ পৰা পুনৰ খুলিব বিদ্যালয় ৷

➡️পূৰ্বৰ সময়সূচী মতেই চলিব পাঠদান ৷

➡️উৎকট গৰমৰ মাজতে সোমবাৰে বিয়লী অহা বতাহ- বৰষুণৰ পিছতে গৰমৰ মাত্ৰা হ্ৰাস ৷

➡️যাৰবাবে আজি বিদ্যালয় বন্ধ নিৰ্দেশনা আজি বাতিল কৰে কামৰূপ প্ৰশাসনে ৷

➡️বন্ধৰ নিৰ্দেশ বাতিল হ’লেও নতুন সময়মতেই হ’ব পাঠদান ৷

➡️পুৱা ৭.৩০ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ হ’ব বিদ্যালয়ৰ পাঠদান ৷

➡️প্ৰশাসনৰ এই নিৰ্দেশনা প্ৰযোজ্য হ’ব চৰকাৰী- বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত ৷

➡️প্ৰশাসনৰ নিৰ্দেশকো কেৰেপ নকৰি আজি গুৱাহাটীত খোলা আছিল কে’বাখনো বেচৰকাৰী বিদ্যালয় ৷

➡️এনে বিদ্যালয়ৰ প্ৰতি তীক্ষ্ণ দৃষ্টি নিক্ষেপ কামৰূপ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ ৷

Exit mobile version