Film Makers Farah Khan Kunder:পিতৃৰ শেষকৃত্য সম্পন্ন কৰিবলৈ পইচা নথকা মানুহ গৰাকী আজি ৩৫০ কোটি টকাৰ মালিক

farah

Film Makers Farah Khan Kunder:

সময় সদায় সকলোৰে একে নাযায়। বলিউদৰ ক্ষেত্ৰত যদি এই কথা কোৱা হয় তেন্তে এনে বহু তাৰকা আছে, যিয়ে জীৱনৰ আৰম্ভণিতে বহু কষ্টৰ মাজেৰে পাৰ কৰিব লগা হৈছিল। কিন্তু আজিৰ তাৰিখত কোটি কোটি টকাৰ মালিক। তাৰকাসকলৰ মাজৰ কিছুৱে কেতিয়াবা যদি বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছে, কোনো তাৰকাই ৱেইটাৰ হিচাপে কাম কৰিছে। কোনো তাৰকাই ষ্টাগলৰ নামত বছৰ বছৰ ধৰি ষ্টোৰ ৰূমত পাৰ কৰিছে সময়।

তেনে এগৰাকী তাৰকা যাৰ হাতত এটা সময়ত পিতৃৰ শেষকৃত্যৰ বাবে হাতত টকা নাছিল। পিতৃৰ মৃত্যুৰ পাছত’ পকেটত আছিল মাথোঁ ৬০ টকা। মুম্বাইৰ সাধাৰণ এটা ষ্টোৰ ৰূমত থাকি স্ট্রাগল লাইফ আৰম্ভ কৰিছিল। সেই তাৰকা আজি কোটি কোটি টকাৰ মালিক।

যাৰ ছবিৰ জৰিয়তেই বলিউদে পাইছিল দীপিকা পাডুকনৰ দৰে তাৰকা। হয় ইয়াত কোনো পুৰুষ তাৰকা নহয়, বৰঞ্চ এগৰাকী মহিলাৰ কথা কোৱা হৈছে, সেয়া হৈছে ফাৰাহ খান। ফাৰাহ খানৰ ছবি ওম শান্তি ওমত প্ৰথম বাৰৰ যি ফৰাহ খান আজিৰ তাৰিখত এগৰাকী ছবি নির্মাতাৰ লগতে এগৰাকী জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ। যিয়ে বলিউদক দিছে কেবাখনো হিট ছবিৰ সফল ডাঞ্চ স্টেপ। বর্তমানে ৩৫০ কোটি টকাৰ মালিক ফাৰাহ খানৰ তিনিটি সন্তান আছে। শীৰিশ কুন্দাৰ স’তে সুখৰ সংসাৰ ফৰাহ খানৰ।

Exit mobile version