4 Bangladeshi women detained by BSF :বিএছএফৰ জালত ৪ বাংলাদেশী মহিলা

bangladesh 3

4 Bangladeshi women detained by BSF:

➡️বিএছএফৰ জালত ৪ বাংলাদেশী মহিলা ৷

➡️কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওঁতেই বিএছএফৰ জালত পৰে মহিলা কেই গৰাকী ৷

➡️আটকাধীন চাৰি বাংলাদেশী মহিলা কেইগৰাকী হ’ল তুলি আখতাৰ, ৰিয়া শ্বেখ, ইভা খাতুন আৰু তাহুৰা খাতুন ৷

➡️পাছত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়।

➡️চ’ছিয়েল মেডিয়াৰ জৰিয়তেো বিএছ এফক ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷

Exit mobile version