Actor Mithun Chakraborty receives Dadasaheb Phalke Award:বলীউডৰ বৰ্ষীয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা ।

mithun

Actor Mithun Chakraborty receives Dadasaheb Phalke Award:

➡️বলীউডৰ বৰ্ষীয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা ।

➡️ভাৰতীয় চিনেমা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে চিৰসেউজ অভিনেতা জনলৈ আগবঢ়োৱা হয় এই বঁটা ৷

➡️ভাৰত চৰকাৰৰ সম্প্ৰচাৰ মন্ত্ৰণালয়ে আগবঢ়াই এই বঁটা ৷

➡️৮ অক্টোবৰত নেচনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত অভিনেতাগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷

Exit mobile version