Supreme Court stays Kacutali eviction:সোনাপুৰৰ কচুতলী উচ্ছেদত স্থগিতাদেশ

উচ্ছেদ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি ন্যায়ালয়ৰ

kasutali 1 1

Supreme Court stays Kacutali eviction

➡️সোনাপুৰৰ কচুতলী উচ্ছেদত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

➡️উচ্ছেদ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি ন্যায়ালয়ৰ ৷

➡️আগন্তুক তিনি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে ন্যায়ালয়ত দিব লাগিব নিজৰ স্থিতি ৷

➡️ন্যায়ালয়ৰ উচ্ছেদ স্থগিতাদেশ অৱমাননা কৰি ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ অভিযোগ কৰিছিল ফাৰুক আহমেদ নামৰ এজন লোকে ৷

➡️উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক ৰাজ্য চৰকাৰে অৱমাননা কৰাৰ গোচৰ ৰজু কৰিছিল ৷

➡️অৱমাননাৰ শুনানি গ্ৰহণ কৰি গয়াধীশ্ব গাৱাই আৰু বিশ্বনাথনৰ খণ্ড পীঠৈ কচুতলী উচ্ছেদত স্থগিতাদেশ জাৰি কৰে ৷

Exit mobile version