Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: ভ্ৰমণত বাধা আছে। পিতৃৰ আকস্মিক শৰীৰ বেয়া হোৱা সম্ভাৱনা আছে। ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব।

বৃষ: খৰচৰ মাত্ৰা কিছু পৰিমাণে বাঢ়িব। বিয়া-বাৰুৰ যোগাযোগত বাধা পাব। পৰীক্ষাৰ্থীৰ বাবে পঢ়িব লাগিব। শুভ ৰং ৰঙা।

মিথুন: কর্মত অগ্রগতি। দিনটোত বন্ধুবৰ্গৰ পৰা অকৃত্ৰিম সহায় লাভ। মংগলীয়া কৰ্মত খৰচ বৃদ্ধি হ’ব। বিদ্যাত সিমান ভাল দেখা নাযায়।

কর্কট: সাহস ঠিকেই থাকিব। প্ৰেমত বাধা। নিজৰ আত্মীয়ৰ আৰোগ্য লাভ। সামাজিক ব্যস্ততাৰ বৃদ্ধি হ’ব। শিক্ষাৰ্থীৰ বাবে দিনটো ভাল।

সিংহ: সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ঋণ বিনিয়োগ কৰাব স্থিৰ সিদ্ধান্ত ল’ব পাৰে। প্ৰেমত শুভ।

কন্যা: কৰ্মপ্ৰাৰ্থীয়ে ধৈৰ্য্যৰ পৰীক্ষা দিব লাগিব। প্রেমত ভাল। স্বাস্থ্য মজলীয়া। মাটি-বাৰীক লৈ বিবাদ সংবাদ হোৱাৰ আশংক্ষা আছে।

তুলা: পত্নীৰ সহযোগ লাভ কৰিব। পুৱা আৰু ৰাতি হনুমান চালিছা পাঠ কৰিব। শুভ ৰং নীলা।

বৃশ্চিক: শিল্পীসকলে নানা ফালেদি অর্থ আৰু সন্মান অর্জন কৰিব। ব্যৱসায় ভিত্তিক উত্থান-পতন। আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব। চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব।

ধনু: দেউতাৰ শৰীৰ যত্ন লোৱা উচিত। ঘৰুৱাত মাধ্যম ক’ব পৰা যায়। প্ৰেমত আশা ভংগ। বিদ্যার্থীয়ে যত্ন কৰক।

মকৰ : সন্তানৰ বিবাহৰ যোগ। চুটি ভ্রমণৰ যোগ। শনি মন্দিৰত চাকি-ধূপ জুলাব। প্রেমত হতাশা।

কুম্ভ: কন্যা সন্তানৰ বিবাহৰ সংযোগ। আর্থিকত ভাল ক’ব পৰা যায়। কৰ্মত অসুবিধা পাব। বিদ্যাত সাফল্য লাভ কৰিব।

মীন: শৰীৰ ভাল দেখা নাযায়। ভ্রমণ নকৰা ভাল। ব্যৱসায় ভাল চলিব। নতুন যোগাযোগ উপকৃত থাকিব। প্রেমত শুভ।

Exit mobile version