Minister of State for Foreign Affairs Pabitra Margherita in Mexico:মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

pabitra

Minister of State for Foreign Affairs Pabitra Margherita in Mexico:

কে’বা খনো দেশ ভ্ৰমণৰ উদ্দেশ্যৰে ইতিমধ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগোত উপস্থিত হোৱা  বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হয় যুক্তৰাষ্ট্ৰৰ চুবুৰীয়া দেশ মেক্সিকোত  ৷

মন্ত্ৰী গৰাকীয়ে মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে মেক্সিকোৰ স্বৰাজোত্তৰ বিগত দুশ বছৰত ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা  ক্লাউডিয়াই প্ৰথমগৰাকী মহিলা নেত্ৰী।

Exit mobile version