Guwahati Police administration has issued special instructions for the upcoming Durga Puja:সমাগত শাৰদীয় দুৰ্গোৎসৱৰ বাবে আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেশনা দুর্গা পূজা কমিটীসমূহলৈ

cp ghy

Guwahati Police administration has issued special instructions for the upcoming Durga Puja:

➡️সমাগত শাৰদীয় দুৰ্গোৎসৱৰ বাবে সাজু পূজা কমিটী সমূহ ৷

➡️গুৱাহাটী মহানগৰত পূজাৰ প্ৰস্তুতিৰ মাজত আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেশনা দুর্গা পূজা কমিটীসমূহলৈ ৷

➡️মহানগৰ আৰক্ষীৰে পূজা কমিটী বিশেষ বৈঠক ৷

➡️বৈঠকত পূজা কমিটিলৈ আৰক্ষীৰ আহ্বান ৷

➡️পথ অৱৰোধ কৰি অনুষ্ঠিত কৰিব নোৱাৰিব পূজা ৷

➡️প্ৰতিখন পূজা মণ্ডপত থাকিব লাগিব চিচি টিভি কেমেৰা ৷

➡️পূজাৰ আয়োজনৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি ৷

➡️বৈদ্যুতিক শ্বর্ট-চার্কিট হ’লে দায়ী হ’ব পূজা কমিটী ৷

➡️পূজা মণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে থাকিব লাগিব দুটা গেইট ৷

➡️পূজা মণ্ডপৰ সমীপত পার্কিঙৰ ব্যৱস্থা কৰিব লাগিব ৷

➡️পূজাস্থলী চাফ চিকুণ কৰি ৰাখিব লাগিব ৷

➡️কোনো ভি আই পিক নিমন্ত্ৰণ কৰিলে আগতিয়াকৈ জনাব লাগিব আৰক্ষীক ।

Exit mobile version