HC banned all types of lotteries in Assam: ৰাজ্য সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা ন্যায়ালয়ৰ

hc

HC banned all types of lotteries in Assam:

➡️ৰাজ্য সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা ন্যায়ালয়ৰ ৷

➡️অনলাইন- অফলাইন লটাৰী খেলতো নিষেধাজ্ঞা ৷

➡️গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে লটাৰী খেলত জাৰি কৰে নিষেধাজ্ঞা ৷

➡️এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিষেধাজ্ঞা আদালতৰ ৷

➡️ৰাজ্যৰ সকলো আয়ুক্ত-আৰক্ষী অধীক্ষকলৈ জাৰি নিৰ্দেশনা ন্যায়ালয়ৰ ৷

➡️লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ ৷

➡️এসপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ ।

Exit mobile version