Heavy rains in Arunachal:অৰুণাচল পাহাৰত প্ৰৱল বৃষ্টিপাত

ranga nadi

Heavy rains in Arunachal:

➡️অৰুণাচল পাহাৰত প্ৰৱল বৃষ্টিপাত ৷

➡️মুষলধাৰ বৃষ্টিপাতৰ বাবে জলপৃষ্ঠ বৃদ্ধি পাইছে ৰঙানদী ৷

➡️জলপৃষ্ঠ বৃদ্ধি পোৱাত উফন্দি উঠিছে অৰুণাচলৰ ইয়াজুলি ৰঙানদী বান্ধ ৷

➡️আজি খুলি দিয়া হৈছে ৰঙানদী বান্ধৰ গেট ৷

➡️ৰঙানদীৰ বান্ধ খুলি দিয়াত নামনি অংশত নদীৰ জলপৃষ্ঠ বৈছে বিপদসীমাৰ ওপৰেৰে ৷

➡️শংকিত নৈ পৰীয়া ৰাইজ ৷

Exit mobile version