horoscope

Horoscope:ৰাশিফল

মেষ: কর্মত সফলতা পাব। বিদ্যার্থীসকলৰ শুভ। প্ৰেমত শুভ। শুভ ৰং নীলা।

বৃষ: সামাজিক কর্মত উৎসাহ। ৰাজনীতিৰ লগত জড়িতসকলৰ শুভ। শুভ ৰ’ ৰঙা।

মিথুন: যাত্ৰাৰ কাৰণে নিৰাপদজনক। সোমবাৰে নিৰামিষ খাব। আজিৰ দিনত কোনো কাম হাতত ল’ব পাৰে। শুভ ৰং হালধীয়া।

কর্কট: কামটোত মনযোগ দিয়া দৰকাৰ। মনৰ ইচ্ছা পূৰণ হোৱা যোগ। প্ৰেমত কষ্ট। শুভ ৰং বেঙুনীয়া।

সিংহঃ বিবাহিত মহিলাই পাৰিলে যাত্রা নকৰিব। পুৰণি ঋণ শোধ কৰাৰ সুযোগ পাব। ভ্রমণত অর্থ লাভ। শুভ ৰং মেৰুণ।

কন্যা: আইনী কামত সফলতা লাভ। নতুন কোনো বস্তু ক্ৰয় কৰিব পাৰে। শুভ ৰং সেউজীয়া।

তুলা: হঠাৎ স্বাস্থ্য বেয়া হ’ব পাৰে। নিজৰ ভুলৰ বাবে মিছাতে অশান্তি সৃষ্টি হ’ব পাৰে। শুভ ৰং নীলা।

বৃশ্চিক: অভিনেতাৰ শুভ। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীৰ মধ্যম। শুভ ৰং হালধীয়া।

ধনু: বন্ধুৰ লগত মতবিৰোধ। আইনী কোনো সমস্যা দেখা দিব। শুভ ৰং গুলপীয়া।

মকৰ : নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ। নতুন গৃহ ল’ব পাৰে। বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যোগ আছে। প্ৰেমত শুভ। শুভ ৰং ক’লা।

কুম্ভ: চাকৰিয়ালৰ পদ্দোন্নতিৰ যোগ। ব্যৱসায়ত মধ্যম। দূৰ যাত্রা নকৰিব। নিৰামিষ খাব। প্ৰেমত সাধৱান। শুভ ৰং আকাশী নীলা।

মীন: চাকৰিয়ালৰ চাকৰিৰ যোগ। প্ৰেমত সুখ। শত্রু নাশ হ’ব। পাব লগা ধন ঘূৰাই পাব। শুভ ৰং সোণালী।

Exit mobile version