Cotton University Student Union Election Re-Polling:কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ পুনৰ ভোট গণনা

cotton

Cotton University Student Union Election Re-Polling:

➡️কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন বিতৰ্ক ৷

➡️বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ পুনৰ ভোট গণনা অনির্দিষ্ট কাললৈ স্থগিত কৰ্তৃপক্ষৰ ৷

➡️ভোট গণনা সন্দৰ্ভত কর্তৃপক্ষই ৰাজ্যৰ মহাধিবক্তাৰ বিচাৰিলে পৰামৰ্শ ৷

➡️এটা ভোটৰ ব্যৱধানত পৰাভূত হোৱা কুলদীপ গৌতম শৰ্মাৰ সমৰ্থকে দাবী কৰিছিল পুনৰ ভোট গণনাৰ ৷

➡️কিন্ত এটা ভোটৰ ব্যৱধানত বিজয়ী হোৱা নীৰৱ হাজৰিকাৰ সমৰ্থকে পুনৰ ভোট গণনাৰ বিৰোধিতা কৰে ৷

Exit mobile version