Fake Police Officer Aarrested In Rangia:ৰাইজৰ ৰোষত ভুৱা আৰক্ষী বিষয়া !

fake

Fake Police Officer Aarrested In Rangia:

এশ গৰো মাৰিলে বাঘৰো মৰণ ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন ধুৰন্ধৰ শিক্ষকৰ ক্ষেত্ৰত ৷নিজক আৰক্ষী বিষয়া বুলি চিনাকী দি গো- ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে ভুৱা আৰক্ষী বিষয়া ৰূপি শিক্ষক এজন।

ADVERTISEMENT

ৰঙিয়াৰ ধুহিবালাত সংঘটিত হয় এই ঘটনা ৷ ভুৱা আৰক্ষী বিষয়াক লপা-থপা দিয়ে ৰাইজে। গো ব্যৱসায়ীৰ পৰা টকা সংগ্ৰহ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দিয়া শিক্ষক মন্টু কলিতা ওৰফে যতীন কলিতা।

ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা আৰক্ষী বিষয়া ৰূপি শিক্ষকজনক ৷

Exit mobile version