Horoscope:ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাই ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান থাকিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যার্থীসকলৰ বাবে ভাল। প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
বৃষ : আজি যাত্রা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব। আজি শিৱৰ আৰাধনা কৰিব। প্রেমত শুভ। শুভ সংখ্যা ২।
মিথুন: ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল-তেলৰ প্ৰদীপ জ্বলাই শনিৰ আৰাধনা কৰিব। ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা। শুভ সংখ্যা ২।
কর্কট: আজি মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ। প্রেমত শুভ। বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ। শুভ ৰং নীলা। সংখ্যা ৮।
সিংহ: বিদ্যার্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায়। চাকৰি ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭
কন্যা: খৰচ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যার্থীৰ কাৰণে শুভ। দিনটো মনোকষ্টত ভুগিব লাগিব। শুভ ৰং বগা। শুভ সংখ্যা ৮।
তুলা: বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কৰ্ম কৰিলে ভাল ফল পাব। প্রেম-প্রণয়নত উন্নত। ভ্রমণত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৬।
বৃশ্চিক: সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮।
ধনুঃ অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়। বিভিন্ন ক্ষেত্রত সুযোগ আহিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা। শুভ সংখ্যা ৭।
মকৰ : নীলা কাপোৰ পৰিধান কৰি ওঁ ঐ হ্রীংশ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র আঠ বাৰ জপ কৰিব ৷ ঘৰলৈ অতিথিৰ আগমন। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
কুম্ভ: প্ৰেমত শুভ। দূৰ ভ্ৰমণ। যান-বাহনৰ পৰা সাৱধানে থাকিব। নতুন কর্মত হাত দিব পাৰিব ৷ দিনটো শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
মীন: নিৰামিষ ব্রত পালন কৰিব। বিদ্যার্থীৰ ভাল ৷ প্রেম আৰু দাম্পত্য ভালেই দেখা যায়। পিতৃৰ অসুখৰ চিন্তা। শুভ ৰং বগা। শুভ সংখ্যা ২।