CBI launches probe into trading scam:ৰাজ্য কঁপোৱা যোৱা ট্রেডিং কেলেংকাৰিৰ তদন্ত আৰম্ভ চিবিআইৰ

trading scam 1

CBI launches probe into trading scam:

➡️ৰাজ্য কঁপোৱা যোৱা ট্রেডিং কেলেংকাৰিৰ তদন্ত আৰম্ভ চিবিআইৰ ৷

➡️ডিব্ৰুগড় আৰু গুৱাহাটীত উপস্থিত চিবিআইৰ দল |

➡️এটা দল ডিব্ৰুগড়ত উপস্থিত হোৱাৰ বিপৰীতে আন এটা দল গুৱাহাটীত ৷

➡️অনলাইন ট্ৰেডিং গোচৰ সন্দৰ্ভত ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ থকা বিশাল,চুমি আৰু তাৰ্কিকক জেৰা কৰিব চিবিআই-এ |

➡️আজিৰে পৰা আৰম্ভ হ’ব DB STOCK কেলেংকাৰীৰ চিবিআইৰ তদন্ত |

➡️গুৱাহাটী গড়চুকস্থ চিবিআইৰ কাৰ্যালয়লৈ তলব ভুক্তভোগী বিনিয়োগকাৰীক।

➡️বর্তমানেও পলাতক মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মন ।

➡️ট্ৰেডিং গোচৰ সন্দৰ্ভত ৰজু হোৱা ৪১ গোচৰ চিবিআইক হস্তান্তৰ কৰিছিল অসম আৰক্ষীয়ে ৷

Exit mobile version