Resignation From The Agp: উপ – নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও অগপত মোক্ষম আঘাত

regigmnation

Resignation From The Agp:

➡️উপ – নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও অগপত মোক্ষম আঘাত

➡️উপ- নিৰ্বাচনৰ বাবে অগপত প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত তীব্ৰতৰ ৷

➡️প্ৰৱল গৰাখহনীয়া বঙাইগাঁও অগপত।

➡️জিলা সভাপতি বিজয় সিংহৰ দলত্যাগ ৷

➡️দলত্যাগ জিলা সাধাৰণ সম্পাদক শৈলেন সৰকাৰ সহ ৩৪ নেতা- কৰ্মীৰোৰ ৷

➡️দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থীত্ব বিৰোধীতাৰে পদত্যাগ ৷

➡️দীপ্তিময়ী সাংসদ তথা বঙাইগাঁৱৰ আঠবাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ পত্নী ৷

Exit mobile version