UPPL and BPF candidates announced for by-elections:উপ-নিৰ্বাচনৰ বাবে ইউপিপিএল আৰু বিপিএফৰ প্ৰাৰ্থীৰ নাম ঘোষণা

uppl

UPPL and BPF candidates announced for by-elections:

➡️উপ-নিৰ্বাচনৰ বাবে ইউপিপিএল আৰু বিপিএফৰ প্ৰাৰ্থীৰ নাম ঘোষণা ৷

➡️ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীত্ব প্ৰদান নিৰ্মল কুমাৰ ব্ৰহ্মক ।

➡️ব্ৰহ্ম চিৰাং জিলা ইউপিপিএলৰ সভাপতি ৷

➡️ছিদলীত বিপিএফৰ প্ৰার্থী ঘোষণা ৷

➡️বিপিএফৰ প্ৰাৰ্থীত্ব শুদ্ধ বসুমতাৰী ৷

➡️বসুমতাৰীৰ নাম ঘোষণা কৰে বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ৷

➡️কংগ্ৰেছে ইতিমধ্যেই ছিদলীত প্ৰাৰ্থীত্ব দিছে সঞ্জয় ৱাৰীক ৷

Exit mobile version