Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: আপোনাৰ আজি অযথা ব্যয় হ’ব পাৰে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ মনত পঢ়াৰ প্ৰতি ভয়ৰ সৃষ্টি হ’ব। আপোনাৰ মানসিকভাবে আজি অলপ প্ৰভাৱ পৰিব পাৰে। আর্থিকভাৱে আজি আপোনাৰ দিনটো ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

বৃষ: আপোনাৰ আজি মানসিক শক্তি প্ৰৱল হোৱাৰ সম্ভাৱনা আছে। আর্থিকভাৱে আপোনাৰ ভাল। কর্মক্ষেত্রত আজি ভাল দিন। আপোনাৰ আজি শুভ হ’ব। টকা-পইচাৰ ক্ষেত্ৰত আজি অলপ বেছি নজৰ দিব। শুভৰং বগা। শুভ সংখ্যা ২।

মিথুন: মানসিকভাৱে চাপ অনুভৱ কৰিব। আপোনাৰ কাৰণে আজি অনুকূল। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ দিন ভাল। আপোনাৰ অশান্তিৰ অনুভৱ হ’ব পাৰে। প্ৰেমত আজি ইমান ভাল নহয়। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।

কর্কট: আজি আপোনাৰ কামৰ কাৰণে প্রশংসাও পাব পাৰে। মনত আজি কোনো কথাৰ বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে। প্ৰিয়জনৰ মাধ্যমেৰে আজি দিনটো ভাল হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

সিংহ: কোনো কামে আপোনাৰ আজিৰ দিন আনন্দময় কৰি তুলিব। আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ল’ব ৷কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

কন্যা: কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আর্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো। আজি আপোনাৰ ঘনিষ্ঠ সম্পর্ক থকা সকলোেৰ লগত ভেদ হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।

তুলা: আপোনাৰ আজি চিন্তা হ’ব পাৰে। ব্যৱসায়িকভাৱে আজি আপোনাৰ লাভ হ’ব। আশাৰ মনোবল বৃদ্ধি হ’ব। শিক্ষার্থী সকলোেৰ বাবে আজি দিন শুভ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি দিন ভালকৈ যাব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক: আজি আপুনি কোনো সুযোগ লাভ কৰিব পাৰে ৷ আপোনাৰ প্ৰতিভা দেখুৱাৰ কাৰণে। আর্থিকভাৱে আজি আপোনাৰ সাৱধান। সতকর্তা অৱম্বন কৰি আজি সিদ্ধান্ত গ্ৰহণ কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

ধনু: আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ প্ৰদান কৰিব পাৰে। আর্থিকভাৱে আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি ভাল। বৈবাহিক জীৱন আপোনাৰ আজি ভালেই যোৱাৰ সম্ভাৱনা আছে। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

মকৰ: কাম কৰাৰ পথত আজি আপোনাৰ আৰ্থিক সমস্যা আহিব পাৰে। পাৰিবাৰিকভাবে আজি খৰচ বঢ়াৰ সম্ভাৱনা অধিক। স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ দৰকাৰ। শুভ ৰং বগা। শুভ সংখ্যা ৩।

কুম্ভ: আত্ম বিকাশত আজি জোৰ দিয়ক। আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্রেমত শুভ। স্বাস্থ্যক আজি অৱহেলা নকৰিব। মানসিকভাৱে চাপ অনুভৱ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

মীন: আজি আপোনাৰ মানসিকভাৱে সমস্যা আহিব পাৰে। আপোনাৰ ভদ্র ব্যৱহাৰ আজি প্রশংসনীয় হ’ব। অতীতৰ বিনিয়োগ লাভদায়ক প্রমাণিত হ’ব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।

Exit mobile version