Two cases against Akhil Gogoi in the NIA court:নিয়া’ গোচৰত ৰেহাই নাপালে বিধায়ক অখিল গগৈসহ তিনি অভিযুক্তই

akil gogoi

Two cases against Akhil Gogoi in the NIA court:

➡️ নিয়া’ গোচৰত ৰেহাই নাপালে বিধায়ক অখিল গগৈসহ তিনি অভিযুক্তই

➡️ ৰাষ্ট্ৰদ্ৰোহ গোচৰৰ পৰা ৰেহাই অখিল গগৈ আৰু ধৈর্য কোঁৱৰ ৷

➡️ মাওবাদীৰে জড়িত থকাৰ অভিযোগ খাৰিজ নিয়া আদালতৰ ৷

➡️ অৱশ্যে নিয়া আদালতত অখিলৰ বিৰুদ্ধে চলিব কা’ আন্দোলনত উচতনিমূলক ষড়যন্ত্ৰ কৰা ইউ এ(পি) এক্ট আৰু আই পি চি ধাৰা গোচৰ ৷

➡️  একেই ধাৰাত দুটাকৈ গোচৰ চলিব ধৈর্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ বিৰুদ্ধেও ৷

Exit mobile version