Congress – Asom Sanmilito Morcha Conflict:বিহালীত টিকট প্ৰদানক লৈ মনোমালিন্য কংগ্ৰেছ – অসম সন্মিলিত মৰ্চাৰ

lurin

Congress – Asom Sanmilito Morcha Conflict:

➡️ বিহালীত টিকট প্ৰদানক লৈ মনোমালিন্য কংগ্ৰেছ – অসম সন্মিলিত মৰ্চাৰ ৷

➡️ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত তীব্ৰতৰ ৷

➡️ সন্মিলিত মৰ্চাৰে মধুচন্দিকা অৱসান পৰাৰ ইংগিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

➡️ বিহালীত অকলেই নিৰ্বাচন খেলাৰ পক্ষত শইকীয়া ৷

➡️ কংগ্ৰেছে ভাল প্ৰাৰ্থী দিব।

➡️ সদ্য বিজেপি ত্যাগি জয়ন্ত বৰাৰ মনোনয়ন পত্ৰ সংগ্ৰহ।

➡️ মনোনয়ন পত্ৰ সংগ্ৰহ কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জুৰ ৷

➡️ বিহালীত কংগ্ৰেছ প্ৰাৰ্থী ঘোষণাৰ পূৰ্বে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই সমষ্টিটোত দলীয় সমদলত অংশগ্ৰহণ ৷

Exit mobile version