Pm Modi and Jinping handsshake at the BRICS summit in Russia:ৰাছিয়াৰ ব্ৰিকছ সন্মিলনত দুই বৈৰী ৰাষ্ট্ৰৰ মুৰব্বী মোদী আৰু জিনপিঙৰ কৰমৰ্দন

bricks 11

Pm Modi and Jinping handsshake  at the BRICS summit in Russia:

➡️ আজিৰে পৰা ৰাছিয়াত অনুষ্ঠিত ব্ৰিকছ শিখৰ সন্মিলন ৷

➡️ কাজানত অনুষ্ঠিত দুদিনীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

➡️ ব্ৰিকছ সন্মিলনত দুই বৈৰী ৰাষ্ট্ৰৰ মুৰব্বী মোদী আৰু জিনপিঙৰ কৰমৰ্দন ৷

➡️ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰে বৈঠক।

➡️ ব্ৰিকছ শিখৰ সন্মিলনত ব্ৰিকছৰ পাঁচ সদস্য ৰাষ্ট্ৰ ভাৰত,ৰাছিয়া,চীন,ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ উপৰিও অতিথি ৰাষ্ট্ৰ ইউ এ ই ৰ অংশগ্ৰহণ ৷

Exit mobile version