Akhil Gogoi Reaction:বিহালীত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ সংঘাত সন্মিলিত মৰ্চাৰ

তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ

akhil gogoi 1

Akhil Gogoi Reaction:

➡️বিহালীত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ সংঘাত সন্মিলিত মৰ্চাৰ ৷

➡️উলম্ব বিভাজন বিৰোধী ঐক্যত ৷

➡️কংগ্ৰেছে প্ৰাৰ্থী দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ ৷

➡️কংগ্ৰেছে অসমৰ ৰাইজৰ সৈতে এটা ঐতিহাসিক বিশ্বাসঘাটকতা কৰিছে।

➡️এনে এজন ব্যক্তিক প্রার্থিত্ব দিছে যি আজিৰ দিনটোলৈকে বিজেপিত আছে ৷

➡️কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বৰা মাটিৰ দালাল ৷

➡️অসম সম্মিলিত মঞ্চক অন্ধকাৰত ৰাখি বিহালীত কংগ্রেছৰ প্রার্থী ঘোষণাই কংগ্ৰেছক পতনৰ দিশলৈ নিলে ৷

Exit mobile version