Asom Sanmilita Morcha:কংগ্ৰেছ অবিহনে অব্যাহত থাকিব অসম সন্মিলিত মৰ্চা

lurin pressmeet

Asom Sanmilita Morcha:

➡️কংগ্ৰেছ অবিহনে অব্যাহত থাকিব অসম সন্মিলিত মৰ্চা ৷

➡️কংগ্ৰেছক বাদ দি বাকী ১৫ টা বিৰোধী দল ঐক্যবদ্ধভাৱে থাকিব মৰ্চাত।

➡️ভূপেন বৰাৰ পদত্যাগৰ পিছত মৰ্চাৰ নতুন সভাপতিৰ হিচাপে দায়িত্বভাৰ সাংসদ অজিত কুমাৰ ভূঞাক।

➡️মৰ্চাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালকদাৰ।

➡️মৰ্চাৰ সাধাৰণ সম্পাদক ৰূপে থাকিব লুৰীণজ্যোতি গগৈ।

➡️শুক্ৰবাৰৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোৰ পূৰ্বে চাৰিওটা সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত আলোচনা মৰ্চাত ৷

➡️এক সংবাদমেলত লুৰিনজ্যোতি গগৈ সহ নেতৃবৰ্গই মৰ্চাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

Exit mobile version