Congress Join jayanta Bora:তেজপুৰত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ

sanju bora

Congress Join jayanta Bora:

➡️তেজপুৰত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ ৷

➡️প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে খৰখেদাকৈ যোগদান সদ্য বিজেপি ত্যাগি জয়ন্ত বৰাৰ ৷

➡️তেজপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷

➡️তাৎপৰ্যপূৰ্ণভাৱে যোগদান কাৰ্যসূচীত উপস্থিত নাথাকিল বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই ৷

➡️উপস্থিত নাথাকিল বিশ্বনাথ জিলা কংগ্ৰেছ জ্যেষ্ঠ নেতা ড:সঞ্জু বৰা ৷

➡️জয়ন্ত বৰুৱাৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা দিলীপ বৰুৱাৰ ৷

➡️বৰুৱাই  বিহালীত নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিব শুকুৰবাৰে ৷

➡️বিহালী কংগ্ৰেছত উলম্ব বিভাজন ।

Exit mobile version