CPI(ML) Announces Candidate for Bihali: বিহালীৰ প্ৰাৰ্থী ঘোষণা চিপিআই এম এলৰ

lakhikanta

CPI(ML) Announces Candidate for Bihali: বিহালীৰ প্ৰাৰ্থী ঘোষণা চিপিআই এম এলৰ

➡️উলম্ব বিভাজন অসম সন্মিলিত মৰ্চাত ৷

➡️কংগ্ৰেছে বিহালীত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছতে ক্ষোভিত সন্মিলিত মৰ্চা ৷

➡️বিহালীৰ প্ৰাৰ্থী ঘোষণা চিপিআই এম এলৰ ৷

➡️বিহালীত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব লক্ষ্মীকান্ত কুৰ্মীয়ে ৷

➡️প্ৰাৰ্থীত্বৰ নাম সদৰি কৰিলে চিপিআই এম এলৰ জ্যেষ্ঠ নেতা বিবেক দাসে ৷

Exit mobile version