Shillong-bound flight makes emergency landing at Borjhar:দিল্লীৰ পৰা উৰা মৰা বিমানত বোমাতংক

SPICEJET

Shillong-bound flight makes emergency landing at Borjhar:

➡️ দিল্লীৰ পৰা উৰা মৰা বিমানত বোমাতংক ৷

➡️ শ্বিলঙ অভিমুখে বিমান আধাতে উভতিল বৰঝাৰলৈ ৷

➡️ বৰঝাৰ বিমানকোঠত জৰুৰী অৱতৰণ ৷

➡️ Spicejet ৰ আছিল বিমান খন ।

➡️ বিমান খনত বোমা থকা বুলি ফোন কল আহিছিল।

➡️ বৰঝাৰ বিমানকোঠৰ ৰানৱে’ৰ পৰা আছুতীয়াকৈ ৰখা হৈছে বিমান খন ৷

➡️ তন্নতন্নকৈ তালাচী চলাইছে চিআইএছএফে চলাইছে ৷

Exit mobile version