Citizens protest against felling of 100-200 year old trees in Dighalipukhuri: দীঘলীপুখুৰীৰ পাৰৰ ১০০-২০০ বছৰীয়া গছ কটাৰ বিৰোধীৰে নাগৰিকৰ উত্তাল প্ৰতিবাদ

dighali 1

Citizens protest against felling of 100-200 year old trees in Dighalipukhuri:

➡️দীঘলীপুখুৰীৰ পাৰৰ ১০০-২০০ বছৰীয়া গছ কটাৰ বিৰোধীৰে নাগৰিকৰ উত্তাল প্ৰতিবাদ ৷

➡️উৰণসেঁতুৰ নামত গছ কটা বন্ধৰ দাবী ৷

➡️দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্য ৰক্ষাৰ দাবী।

➡️প্ৰায় ২৭ ডাল গছ কটাৰ বাবে দিয়া হৈছিল চিহ্ন ৷

➡️ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ ৭ কি:মি:দৈঘ্যৰ উৰণসেঁতু নিৰ্মাণৰ প্ৰস্তুতি ৷

➡️দীঘলীপুখুৰী বচাওক’ শীৰ্ষক অভিযান নাগৰিক সমাজৰ ৷

➡️চৰকাৰৰ বৰমূৰীয়াই নাজানে ইতিহাস , ইতিহাস নপঢ়ে ক্ষোভ প্ৰতিবাদকাৰীৰ ৷

➡️দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সমালোচনা প্ৰতিবাদকাৰী ৷

➡️কোনো দল সংগঠন নহয় গুৱাহাটী বাসীৰ প্ৰতিবাদ এয়া ৷

➡️প্ৰকৃতি সুৰক্ষাৰ বাবে ওলাই আহিছো প্ৰয়োজনত ইয়াতে বহি থাকিম তথাপিও গছ কাটিব নিদিও ৷

➡️মাইনী মহন্ত সহ বহু জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদত অংশগ্ৰহণ ৷

➡️হাতত বেনাৰ আৰু প্লেকাৰ্ড লৈ বিক্ষোভ অব্যাহত নাগৰিকৰ।

Exit mobile version