Horoscope:ৰাশিফল
মেষ: আর্থিক দিশত স্বচ্ছলতা আহিব। ব্যৱসায়ত শুভফল আশা কৰিব পাৰে। প্ৰেমত শুভ। বিদ্যার্থীৰ শুভ।
বৃষ: উদ্যোগৰ পৰা আয় বৃদ্ধি হ’ব। কিন্তু আশা কৰা মতে ধন সঞ্চয় কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ।
মিথুন: উচ্চ শিক্ষাৰ নানা বাধাৰ সন্মুখীন হ’ব। শাৰীৰিক ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে। প্ৰেমত শুভ।
কর্কট: বিবাহৰ যোগাযোগত শুভ। দাম্পত্য জীৱন সুখকৰ হ’ব। সন্তানৰ যশ কীর্তিয়ে আনন্দ দিব। প্রেম-প্রীতিৰ আশাপ্রদ ফল পাব।
সিংহ: চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ অযথা পলম আৰু বাধা আহিব। ব্যৱসায়ত শুভ যদিও কোনো লোকৰ পৰা ক্ষতি হ’ব পাৰে।
কন্যা: পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূৰ্ণ কাম দিয়াৰ পূৰ্বে সাৱধান হ’ব, মাহটোত হাতলৈ অৰ্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব। বিদ্যার্থীৰ বাবে অশুভ দিনটো।
তুলা নিবনুৱা ব্যক্তিৰ কৰ্মলাভৰ যোগ আছে। আইনজ্ঞ সকলৰ অশুভ। স্থাবৰ সম্পত্তি লাভৰ যোগ। বিবাহৰ ক্ষেত্রত নতুন যোগাযোগ হ’ব।
বৃশ্চিক: বিবাহৰ প্ৰাৰ্থীৰ বাবে শুভ। ভ্ৰমণত সাৱধান হ’ব। প্ৰেমৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ’ব। প্রতি শুকুৰ বাবে দেৱী সন্তোষীৰ পূজা-অর্চনা কৰিব।
ধনু: আয়ৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিব। উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায়ত ক্ষেত্ৰত তলতীয়া লোকৰ পৰা সাৱধান। প্ৰেমত অশুভ।
মকৰ : কৰ্মক্ষেত্ৰত শুভফল লাভৰ সম্ভাৱনা আছে। স্থান পৰিৱৰ্তন, পদোন্নতি যশ বৃদ্ধিৰ কাৰক। বিদ্যার্থীৰ পক্ষে শুভ মাহ।
কুম্ভ: প্রেম-বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত পিতৃ-মাতৃৰ অশুভ। প্রেমত হতাশা আনিব। দাম্পত্যত সুখ।
মীন: বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। পুৰণা সংগ লাভ কৰিব। প্ৰেমত শুভ। বিদ্যার্থীৰ অশুভ।