horoscope

Horoscope:ৰাশিফল

মেষ: এই ৰাশিৰ জাতক-জাতিকাই বগা কাপোৰ পৰিধান কৰিব। বিদ্যার্থীসকলৰ বাবেও ভাল দিনটো। ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। শুভ সংখ্যা ২।

বৃষ: কর্মক্ষেত্ৰত শত্রুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

মিথুন: দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ’ব পাৰে। দৈনন্দিত কৰ্মৰ গতি বৃদ্ধি পাব। টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হ’ব। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ভাল।

কর্কট: বিদ্যার্থীসকলৰ শুভ। ব্যৱসায় ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। যান- বাহনৰ পৰা সতৰ্ক থাকিব। বন্ধু-বৰ্গৰ পৰা আঁতৰি থকাই ভাল।

সিংহ: আজি সন্ধিয়া গণেশ মন্দিৰত পাঁচটা লাড়ু দান কৰিব আৰু ধূপ-চাকি বস্তি জুলাব। চাকৰিৰ ক্ষেত্রত আগবাঢ়িব।

কন্যা: গা ধুৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং শ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্ৰ ২০ বাৰ জপ কৰিব। নিৰামিষ আহাৰ কৰিব।

তুলা: সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব। ব্যৱসায় সুত্ৰত আর্থিক উন্নতিৰ যোগ দেখা যায়। বিদ্যার্থীসকলৰ বাবে ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

বৃশ্চিক: কর্মক্ষেত্রত ভাল। ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান। প্ৰেমত শুভ। শাৰীৰিক ক্ষেত্ৰত উন্নত। ঘৰত আলহীৰ আগমন। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।

ধনু: কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে। বিবাহৰ যোগ। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। প্রেমত শুভ।

মকৰ : চাকৰি ক্ষেত্রত জটিলতাই দেখা দিব। হঠাৎ আঘাত পাব পাৰে। বিদ্যার্থীসকলৰ বাবে ভাল। শুভ ৰং বগা। শুভ সংখ্যা ৮।

কুম্ভ: বিদ্যার্থীৰ শুভ। ৰাজনীতিৰ ক্ষেত্ৰত দিনটো শুভ। যান-বাহনৰ পৰা সাৱধান। ভিক্ষাৰীক দান কৰিব। কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মীন: সংসাৰৰ প্ৰতি চকু ৰাখক। ঘৰৰ কোনো ব্যক্তি আঘাত প্রাপ্ত হ’ব পাৰে। চাকৰি ক্ষেত্ৰত উন্নত। বিদ্যার্থীসকলৰ বাবে ভাল। প্ৰেমত অশুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৬।

Exit mobile version