Fraud Bishal Phukan,Swapnanil Das bail:মহা প্ৰৱঞ্চক বিশাল ফুকন,স্বপ্ননীলৰ জামিন মঞ্জুৰ

sumi

Fraud Bishal Phukan,Swapnanil Das bail:

▶️ মহা প্ৰৱঞ্চক বিশাল ফুকন,স্বপ্ননীলৰ জামিন মঞ্জুৰ ৷

▶️ জামিন মঞ্জুৰ তাৰ্কিক বৰা ৷

▶️ জামিন মঞ্জুৰ প্ৰৱঞ্চক অভিজিৎ চান্দৰ

▶️ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন ৷

▶️ জামিন নাকচ চুমি বৰাৰ ৷

▶️ জামিন নাকচ সন্দীপ ডেকা,শুভম জ্যোতি কুৰ্মী আৰু চন্দন নাথৰো জামিন নাকচ আদালতৰ ৷

▶️ ২২শ কোটি টকাৰ ট্রেডিং কেলেংকাৰীৰ গোচৰত বিশাল ফুকন গ্ৰেপ্তাৰ হৈছিল ৩ছেপ্তেম্বৰত৷

▶️ পাৰ্চেলিয়া কোম্পানীৰ নামত বিশালে লুটিছিল কে’বা শ কোটি টকা ৷

▶️ চুমি- তাৰ্কিক গ্ৰেপ্তাৰ হৈছিল ১১ ছেপ্তেম্বৰত ৷

▶️ আটাই অভিযুক্ত কাৰাৰুদ্ধ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৷

▶️ ডিব্ৰুগড় আৰক্ষীৰ গাফিলতিৰ বাবেই জামিনৰ পথ মুকলি মহা প্ৰৱঞ্চক কেইজনৰ ৷

▶️ শক্তিশালী আৰোপ পত্ৰ আদালতত দাখিলত ব্যৰ্থ চিবিআইৰ ৷

▶️ ডিব্ৰুগড় আৰক্ষীয়ে চিবিআইক দিয়া তথ্যত নাছিল প্ৰয়োজনীয় তদন্ত প্ৰতিবেদন ৷

▶️ আৰক্ষী- চিবিআইৰ তদন্ত বেবেৰিবাঙত পৰিণত ৷

Exit mobile version