Special initiatives of the Center for the development of Assam tourism sector:
➡️ অসম পর্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ পদক্ষেপ ৷
➡️ ৰাজ্য খনৰ পৰ্যটন খণ্ড সামগ্ৰিক উন্নয়নৰ বাবে ২০০ কোটি টকাৰ বিশেষ পেকেজ৷
➡️ ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ আন্তগাঁথনি উন্নয়নৰ বাবে মুকলি বিশেষ পুঁজি ৷
➡️ ৰাজ্যিক চিৰিয়াখানাৰ আন্তগাঁথনি উন্নয়নৰ বাবে ৯৭.১২ কোটি টকা অনুমোদন কেন্দ্ৰৰ ৷
➡️ এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৯৪.৭৬কোটি টকাৰ পুঁজি