Cause of Heart Attack: আপুনি হৃদৰোগী নেকি ! খোজ কঢ়া, চাইকেল চলোৱা আৰু সাঁতোৰাৰ পৰা বিৰত থাকক

সাধাৰণতে ক্ৰীড়া আৰু শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰখা ব্য়ায়াম আমাৰ শৰীৰৰ বাবে উপকাৰী বুলি কোৱা হয় । কিন্ত হৃদৰোগীসকলৰ বাবে এইধৰণৰ শাৰীৰিক কাৰ্যকলাপ হিতে বিপৰীত হ'ব পাৰে ।

হৃদৰোগী

ব্যায়াম তথা শাৰীৰিক কাৰ্যকলাপ সাধাৰণতে স্বাস্থ্যৰ বাবে উপকাৰী । কিন্তু অত্যাধিক শাৰীৰিক কাৰ্যকলাপ হৃদৰোগৰ বাবে অতি মাৰাত্মক হ’ব পাৰে । ই হৃদৰোগৰ ঘটনাৰ আশংকা বৃদ্ধি কৰিব পাৰে।

হৃদৰোগ বিশেষজ্ঞসকলে কয় যে, উপকাৰিতা বিপদাশংকাতকৈ অধিক। এলচেভিয়েৰৰ দ্বাৰা প্ৰকাশিত চিজেচি অপেন আৰু কানাডিয়ান জাৰ্নেল অফ কাৰ্ডিঅ’লজীত প্ৰকাশিত অধ্যয়নৰ নতুন তথ্য় সমীক্ষাৰ ফলাফলত উল্লেখ কৰা অনুসৰি, বিভিন্ন প্ৰকাৰৰ ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ হৃদৰোগীসকলৰ বিপদাশংকা বৃদ্ধি কৰে ।

এই অধ্যয়নটোত উল্লেখ কৰা অনুসৰি, কুৱেবেকত সৰ্বাধিক সংখ্যক প্ৰাকৃতিক মৃত্যুৰ কাৰণৰ শীৰ্ষত আছে চাইকেল চলোৱা, হকী খেলা আৰু চিকাৰ কৰা, তাৰ ভিতৰত ৯৫ শতাংশই হঠাতে হৃদক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু হোৱাৰ ঘটনা ।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ কাৰক-

 

 

 

Exit mobile version