Self-Care Habits:নিজকে সজাই-পৰাই ৰাখিবলৈ এলাহ লাগে নেকি ! তেনেহ’লে এই বাতৰি আপোনাৰ বাবে

সাধাৰণতে বহুসংখ্য়ক পুৰুষে নিজকে সজাই-পৰাই ৰাখিবলৈ এলাহ কৰে । সেইবাবেই আমি আপোনালোকলৈ সহজতে নিজকে ধুনীয়াকৈ ৰাখিবলৈ কেইটামান বিশেষ টিপছ লৈ আহিছো...

self care

নিজকে ধুনীয়া কৰি সজাই-পৰাই ৰাখিবলৈনো কোনে নিবিচাৰে। এষাৰ কথা আছে “first impression is the last impression” । সাধাৰণতে যুৱতীসকলে নিজকে ধুনীয়া কৰি ৰাখিবলৈ ভিন্ন পন্থা অৱলম্বন কৰে । কিন্তু বহুসময়ত দেখা যায় যে অধিকাংশ যুৱকে নিজৰ সৌন্দৰ্যতাক লৈ কোনোধণৰ গুৰুত্ব প্ৰদান নকৰে । কিছু যুৱকে এলাহতে নিজৰ সৌন্দৰ্য চৰ্চাত গুৰুত্ব নিদিয়ে ।

সেইবাবে আমি সৌন্দৰ্য চৰ্চা কৰিবলৈ এলাহ কৰা যুৱকসকললৈ লৈ সহজতে নিজকে ধুনীয়া কৰি ৰখাৰ কেইটামান বিশেষ টিপছ ।

Exit mobile version