Horoscope:ৰাশিফল

দিনটো

Horoscope:ৰাশিফল

মেষ: ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। শৰীৰ বেয়া নাযাব। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

বৃষ: দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানক্যৰ সৃষ্টি। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

মিথুন: কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব। আর্থিক বেয়া নহ’ব। প্রেম প্রীতিত আন্তৰিকতা। শুভ ৰং বগা, শুভ সংখ্যা ২।

কর্কট: ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুৰ্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

সিংহ: পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। ভ্ৰমণ কৰিব পাৰে। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ১।

কন্যা: একাধিক কথা মন বিক্ষিপ্ত থাকিব। কৰ্মত স্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। প্ৰেমত বাধা ঘৰুৱাত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

তুলা: বাধা বিঘিনিৰ মাজেৰে কামত সাফল্য আৰু আয় বৃদ্ধি। পঢ়া-শুনাত গুৰুত্ব দিয়াটো ভাল। দাম্পত্যত মধ্যম। দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

বৃশ্চিক: আর্থিক বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্নী লোৱাটো আৱশ্যক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৬।

ধনুঃ অধিক ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৭।

মকৰ : শৰীৰ প্ৰায় অনুকূল। বিদ্যাত যন্ত লওক। অথযা কামত সময় নষ্ট নকৰাই ভাল, আর্থিকত শুভ ফল পাব। ব্যৱসায়ত উন্নতি। শুভ ৰং ৰঙা, শুভ সংখণ ৬।

কুম্ভ: কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে। দিনটোত আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

মীন: আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান। শুভ ৰং নীলা, শুভ সংখ্যা ২।

Exit mobile version