BJP MP Dilip Daikia sent a special letter to Lok Sabha Speaker:অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ টোল গেট স্থাপনত নিয়ম উলংঘা

dilip saikia

▶️ অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ টোল গেট স্থাপনত নিয়ম উলংঘা ৷

▶️ নিয়ম অনুসৰি এটা টোল গেটৰ পৰা আন এটা টোল ৬০ কিঃমিঃৰ নিলগত হ’ব লাগে ৷

▶️ অসমত ৬০ কিঃমিঃৰ বিপৰীতে ৫০ কিঃমিঃ নিলগতে আছে টোল গেট ৷

▶️ দুখন টোলগেটৰ মাজৰ দূৰত্ব ১০০ কিঃমিঃ কৰাৰ আহ্বান সাংসদ দিলীপ শইকীয়াৰ ৷

▶️ টোলগেটৰ মাচুল হ্রাস কৰাৰো আহ্বান সাংসদ গৰাকীৰ ৷

▶️ এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ঔম বিৰলালৈ বিশেষ পত্ৰ বিজেপিৰ সাংসদ শইকীয়াৰ ।

Exit mobile version