Deputy Ranger suspended: সংৰক্ষিত বনাঞ্চলৰ ভূমিত অবৈধভাৱে খনন চলাবলৈ অনুমতি দি নিলম্বন ডেপুটি ৰেঞ্জাৰ

forest

➡️সংৰক্ষিত বনাঞ্চলৰ ভূমিত অবৈধভাৱে খনন চলাবলৈ অনুমতি দি নিলম্বন ডেপুটি ৰেঞ্জাৰ ৷

➡️কৃষ্ণাইৰ মধ্য আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ডেপুটি ৰেঞ্জাৰ আতাউৰ হক ইছলামক নিলম্বন।

➡️প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে খনন চলাবলৈ দিয়া অনুমতিৰ বাবেই নিলম্বন ইছলামক ৷

➡️নিলম্বিত বন বিষয়াজনৰ বিৰুদ্ধে নিজাববীয়াকৈ ছীল বনোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version