➡️ বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানি চিকিৎসাধীন ৷
➡️ সংকটজনক অৱস্থাত ভৰ্তি নতুন দিল্লীৰ এপল’ হাস্পতালৰ ICU ত।
➡️ বিশেষজ্ঞ চিকিৎসক দলৰ নিৰীক্ষণত ৯৭ বছৰীয়া ৰাজনীতিক গৰাকী ৷
➡️ চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ বিজেপিৰ পিতামহ গৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷
➡️ চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয় কে’বা গৰাকী বিজেপিৰ শীৰ্ষ নেতা- কেন্দ্ৰীয় মন্ত্ৰীয়ে ৷