Voting in the Lok Sabha on the ‘One Nation ,One Election’ Bill:এক দেশ,এক নিৰ্বাচন’ বিধেয়কক লৈ লোকসভাত ভোটিং

one nation

▶️এক দেশ,এক নিৰ্বাচন’ বিধেয়কক লৈ লোকসভাত ভোটিং ৷

▶️প্ৰথমবাৰৰ বাবে লোকসভাত ইলেক্ট্ৰনিক ভোটিং ৷

▶️বিধেয়ক খনৰ সপক্ষে ভোটদান ২৬৯ সাংসদৰ ৷

▶️বিধেয়ক খনৰ বিপক্ষে ভোটদান ১৯৮ সাংসদৰ

▶️তাৎপৰ্যপূৰ্ণভাৱে ভোটিঙৰ সময়ত লোকসভাত অনুপস্থিতি অগপ সাংসদ ফণীভূষণ চৌধুৰী ৷

▶️ভোটিঙৰ পিছত পলমকৈ সদনত উপস্থিত অগপ সাংসদ গৰাকী ৷

▶️সোমবাৰে এন ডি এ অংশীদাৰী দল সমূহে সদনত উপস্থিতিৰ বাবে তিনি লাইন হুইপ জাৰি কৰিছিল ৷

▶️এক দেশ,এক নিৰ্বাচন’ বিধেয়কৰ বিৰোধিতাৰ সদনত সোচ্ছাৰ গৌৰৱ গগৈ,মনীষ তিৱাৰী আৰু আচ্চাদ্দিন ওৱেচি ৷

▶️শাসক পক্ষৰ দাবী এক দেশ,এক নিৰ্বাচন’ বিধেয়ক গৃহিত হ’লে ৰাহি হ’ব ৩০৭৭ কোটি টকা ৷

▶️কংগ্ৰেছ,এছ পিৰ মন্তব্য চৰকাৰে গণতন্ত্ৰৰ কাঠামোৰ হৰণ কৰিছে ৷

Exit mobile version