Protests, sit-ins and slogans are banned in Dispur: দিছপুৰত প্ৰতিবাদ, ধর্ণা, শ্ল’গান প্ৰদৰ্শনত নিষেধাজ্ঞা মহানগৰ আৰক্ষীৰ

ghy police

➡️ দিছপুৰত প্ৰতিবাদ, ধর্ণা, শ্ল’গান প্ৰদৰ্শনত নিষেধাজ্ঞা মহানগৰ আৰক্ষীৰ ৷

➡️ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ধাৰাত নিষেধাজ্ঞা জাৰি ৷

➡️ বিশেষ নির্দেশনা জাৰি পূৱ আৰক্ষী জিলাৰ উপ- আৰক্ষী আয়ুক্তৰ।

➡️ দিছপুৰ ৰাজধানী ক্ষেত্ৰৰ ১ কিঃমিঃ ব্যাসার্ধত প্ৰতিবাদ কৰাত বাধাৰোপ ৷

➡️ দিছপুৰৰ কোনো স্থানতে ৫ জনতকৈ অধিক লোক সমবেত কৰাত বাধাৰোপ ।

Exit mobile version