Wild buffalo attack In Sonapur:বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু যুৱকৰ

%E0%A7%B1%E0%A7%8B%E0%A6%BF%E0%A6%BE%E0%A6%A4%E0%A6%A4%E0%A6%A6%E0%A7%88

Wild buffalo attack In Sonapur:

➡️ বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু যুৱকৰ ৷

➡️ সোণাপুৰৰ ১নং ধামখুন্দা গাঁৱৰ পথাৰত শুক্ৰবাৰে পুৱা সংঘটিত হয় শোকাৱহ ঘটনাটি ৷

➡️ মৃত যুৱকজনৰ নাম ৰূপলাল মালো ৷

➡️ অহা মাঘত বিয়া আছিল যুৱকজনৰ ৷

➡️ বনৰীয়া ম’হটো পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ গঞাৰ ৷

➡️ ঘটনাস্থলীত উপস্থিত বনকৰ্মী ৷

➡️ বনৰীয়া ম’হটোক লৈ আতংকিত ধামখুন্দা গাঁৱৰ ৰাইজ ৷

➡️ বনৰীয়া ম’হ টোক উভতাই পঠিয়াবলৈ বন বিভাগক দাবী গঞাৰ ৷

Exit mobile version