Pijush Hazarika Visit South Salmara:দক্ষিণ শালমাৰাত উপস্থিত জলসম্পদ মন্ত্ৰীপীয়ূষ হাজৰিকা

pijush

Pijush Hazarika Visit South Salmara:

➡️ দক্ষিণ শালমাৰাত উপস্থিত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷

➡️ আমবাৰীত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ ৷

➡️ মন্ত্ৰীৰ স’তে উপস্থিত স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী ৷

➡️ খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি স্থানীয় ৰাইজক ৷

Exit mobile version