South Super Star ajit kumar:ডুবাইত দক্ষিণৰ অভিনেতা অজিতৰ দুৰ্ঘটনাঃ অনুশীলনৰ সময়ত অঘটনঃ

ভিডিঅ’ ভাইৰেল

ajit

South Super Star ajit kumar:

ডুবাইত এক দুৰ্ঘটনাৰ সন্মুখীন হ’ল দক্ষিণৰ অভিনেতা অজিত কুমাৰ। অৱশ্যে আহত হোৱা নাই অভিনেতাজন। তেওঁৰ দুৰ্ঘটনাৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য য আগন্তুক ‘কাৰ ৰেচিং’ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ডুবাইত আছে অজিত কুমাৰ।

ADVERTISEMENT

অভিনেতাজনে ‘২৪ এইছ ডুবাই ২০২৫’ কাৰ ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। যাৰ বাবে অভিনেতাজনে ছয় ঘণ্ট ধৰি অনুশীলন কৰি আছিল। অনুশীলন শেষ হোৱাৰ কেইমিনিটমান আগত অজিতৰ বাহনগনে ৰেলিঙত খুন্দা মাৰে।

Exit mobile version