-ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব পদত অধিষ্ঠিত হ’ল অসম সন্তান দেৱজিৎ লন শইকীয়া ।
-বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ এই পদত অধিষ্ঠিত হয় ।
-দেওবাৰে BCCIৰ স্থায়ী সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব দিয়া হয় দেৱজিৎ লন শইকীয়াক ।
-ইয়াৰ পূৰ্বে বি চি চি আইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কৰ্মৰত আছিল শইকীয়া ।
-বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱা দেৱজিৎ লন শইকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ।
DEVAJIT LON SAIKIA : BCCIৰ নতুন সচিব হিচাপে দায়িত্বগ্ৰহণ কৰিলে অসম সন্তান দেৱজিৎ লন শইকীয়াই
DEVAJIT LON SAIKIA : BCCIৰ নতুন সচিব হিচাপে দায়িত্বগ্ৰহণ কৰিলে অসম সন্তান দেৱজিৎ লন শইকীয়াই

DEVAJIT LON SAIKIA